মডেলিঙৰ জগতত উদীয়মান প্ৰতিভা বিতোপন

মডেলিঙৰ জগতত উদীয়মান প্ৰতিভা বিতোপন

আব্দুল লতিফ: সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে। তাৰ মাজতে এই জগতখনত একাংশ যুৱক-যুৱতীয়ে স্বকীয় প্ৰতিভাৰে উজলি উঠিছে। তেনে এগৰাকী যুৱক হ’ল তিনিচুকীয়াৰ বিতোপন দত্ত। ফেছন জগতখনত খোজ দিয়া তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা বিতপোনে শেহতীয়াকৈ লাভ কৰিছে ‘Mr Teen Assam 2021’ৰ খিতাপ।   অভিলেষ কলিতা আৰু

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

  বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা সত্তৰ দশক পৰ্যন্ত যাত্ৰা দলৰ জনপ্ৰিয় গায়ক, নৃত্যশিল্পী, সংগীত পৰিচালক, নাট অনুবাদক তথা সু-অভিনেতা প্ৰয়াত সনাতন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ মনস্থ কৰা হৈছে। সেয়েহে প্ৰয়াত হাজৰিকাৰ গুণমুগ্ধ, সুহৃদ তথা কলানুৰাগীসকলৰ পৰা একোটিকৈ লিখনি বিচৰা হৈছে। লিখনিসমূহ ১৫ মাৰ্চ ২০২২-ৰ ভিতৰত