Prime Minister Narendra Modi on Sunday greeted superstar Rajinikanth on his birthday and wished that he keeps inspiring people with his creativity and phenomenal acting. Born Shivaji Rao Gaekwad on December 12, 1950, he was given the name ‘Rajinikanth’ by ace Tamil filmmaker K Balachander in whose 1975 flick ‘Apporva
সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত নাগালেণ্ডত অব্যাহত আছে প্ৰতিবাদ (Demand to repeal AFPSA) ৷ যোৱা চাৰি ডিচেম্বৰত নাগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত সংঘটিত নীৰিহ নগালোকৰ হত্যাকাণ্ড (Oting massacre incident)ৰ পিছতে ৰাজ্যখনত সজোৰে উত্থাপিত হৈছে এই আইন বাতিল কৰাৰ দাবী ৷ এই ঘটনাৰ বাবেই সমগ্ৰ উত্তৰ-পূৱ ভাৰততে এতিয়া সামৰিক
দুটা বছৰ অতিক্ৰম কৰিলে অসম তথা উত্তৰ-পূৱৰ নাগৰিকত্ব সংশোধনী আইন 2019 (Citizenship (Amendment) Act, 2019) বিৰোধী আন্দোলনে ৷ উত্তৰ-পূৱ ছাত্ৰ সংন্থা চমুকৈ নেছ’ৰ আহ্বান মৰ্মে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ যোৰহাট জিলা সমিতিয়ে(ASSU Protest Against CAA) ৷ উল্লেখ্য যে, কা’ বিৰোধী আন্দলনৰ সময়ৰ পৰা 11 ডিচেম্বৰ
যোৱা ৮ ছেপ্টেম্বৰত সমগ্ৰ অসম কঁপাই যোৱা মাজুলী নিমাতিঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত (Majuli boat tragedy) মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ লোকজনে । ইন্দ্ৰেশ্বৰ বৰাৰ মৃত্যুৰ পাছতে তেওঁৰ ঘৰখনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল । কিন্তু আজি সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হয় (HS final year special exam result declared) । ক’ভিড পৰিস্থিতিৰ বাবে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণাৰ পাছত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল । ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমাৰা আৰু ওদালগুৰি