আফ্ছপা বাতিলৰ দাবীত ৯ ডিচেম্বৰত উত্তৰ পূবত নেছ’ৰ আন্দোলন

আফ্ছপা বাতিলৰ দাবীত ৯ ডিচেম্বৰত উত্তৰ পূবত নেছ’ৰ আন্দোলন

নাগালেণ্ডৰ মন জিলাৰ অ’টিঙত সেনাবাহিনীয়ে নিৰীহ খিলঞ্জীয়া জনসাধাৰণক বর্বৰভাৱে হত্যা কৰাৰ প্রতিবাদত আৰু উত্তৰ–পূর্বাঞ্চলৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফ্ছপা) বাতিল কৰাৰ দাবীত উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)–এ ৯ ডিচেম্বৰত উত্তৰ–পূর্বাঞ্চলজুৰি আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানীত এই আন্দোলনৰ কার্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ নেছ’ৰ অংশীদাৰ খাচি ছাত্র