দৰা ৭০ বছৰীয়া, কইনা ৫০ বছৰীয়া, মৰিগাঁৱৰ মিকিৰভেটাত সমূহীয়া বিবাহত উলহ-মালহ পৰিৱেশ

দৰা ৭০ বছৰীয়া, কইনা ৫০ বছৰীয়া, মৰিগাঁৱৰ মিকিৰভেটাত সমূহীয়া বিবাহত উলহ-মালহ পৰিৱেশ

কথাতে কয় জন্ম, মৃত্যু¸ বিবাহ হেনো ভগৱানৰ হাতত। এখন গাঁৱত এইবাৰ কিন্তু ৰাইজে পাতিলে একেলগে ১২ গৰাকী দৰা আৰু ১২ গৰাকী কইনাৰ  বিয়া। এখন ৰভাৰ তলতে একেলগে মাহ-হালধি সানিলে ১২ যোৰাকৈ দৰা- কইনাক। মৰিগাঁৱৰ মিকিৰভেটা ডেকাৰ  গাঁৱৰ ৰাইজৰ মহানুভৱতা। গাঁওখনৰ ৰাইজৰ সৌজ্যনত অনুষ্ঠিত হ’ল সমূহীয়া বিবাহ অনুষ্ঠান। মিকিৰভেটা ডেকা গাঁৱত

আজি জামিন পাবনে অৰবিন্দ কেজৰিৱালে? উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শুনানি

আজি জামিন পাবনে অৰবিন্দ কেজৰিৱালে? উচ্চতম ন্যায়ালয়ে আজি গ্ৰহণ কৰিব শুনানি

আজি জামিন পাবনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে? আজি শিৰোনামত থকা আটাইতকৈ চৰ্চিত খবৰ হ’ল অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি। আজি উচ্চতম ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ অতৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত সিদ্ধান্ত হ’ব। উল্লেখযোগ্য যে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ তিহাৰ জে’লত বন্দী হৈ আছে।