নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ধাৱানে আজি অৱসৰৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নহয়, ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি পুৱা এক ভিডিঅ’ শ্বেয়াৰ কৰি
নুমলীগড় চাহবাগিছাৰ মাজত দুস্কৃতিকাৰীয়ে পুনৰ NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি কাণ্ড সংঘটিত কৰিছে। যাৰ ফলত কাষেৰে বৈ যোৱা ৰাংচালী নৈত বৈছে তেলৰ সোত। ঘটনাস্থলীত NRL
আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ৷ সত্ৰনগৰী বৰপেটাত হৰিনাম কীৰ্তনৰ মহাআয়োজন৷
পুখুৰীত জাপ দিয়াৰ পাছত মৃত্যু ধিঙৰ বলাৎকাৰ কাণ্ডৰে জড়িত মূল অভিযুক্ত তফাজ্জুল ইছলামৰ, আৰক্ষীয়ে অৱশেষত উদ্ধাৰ কৰিলে মৃতদেহ।কিশোৰী ধৰ্ষণকাৰী তফাজ্জুলক জানাজাৰ বাবে স্থান নিদিয়ে গাঁওবাসীয়ে।
ATM চুৰিৰ ঘটনাক লৈ কঠোৰ DGP; বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন বৃহস্পতিবাৰে নিশা বিজনীত চোৰে লুটপাত চলাইছিল ATMত৷ ইয়াৰ পাছতেই আৰক্ষীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ চলিছিল চৰ্চা৷ চৰ্চাৰ মাজতে