Minister for Environment and Forest, Fisheries and Excise, Parimal Suklabaidya asked the forest officials to spread the message of love for wildlife and the environment as a whole among the people to boost conservation in a big way. Speaking as a chief guest at a function held to mark the
প্ৰকৃতি প্ৰেমী সকলৰ বাবে সু-খবৰ ৷ সুদীৰ্ঘ পাঁচ মাহ ধৰি বন্ধ হৈ থকাৰ পিছত শুকুৰবাৰৰে পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এক উদুলি-মুদুলি পৰিৱেশত আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে ৷ এতিয়াৰে পৰা পৰ্যটকসকলে পুনৰ হাতী ছাফাৰীৰ
দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু দেওবাৰে উপস্থিত হ’ব গুৱাহাটীত । দেওবাৰে দিনৰ প্ৰায় ১১ বজাত বৰঝাৰ বিমান বন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰাৰ পিছত উপ-ৰাষ্ট্ৰপতিগৰাকী পোনে পোনে ৰাওনা হ’ব পাণবজাৰত অৱস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনলৈ । উল্লেখযোগ্য যে, এই বাসভৱনটো ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । এক ঐতিহ্যমণ্ডিত চৰকাৰী এই বাসভৱনটো
কামৰূপ মহানগ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কতৃপক্ষৰ উদ্যোগত জয়ন্তী শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত উদযাপন কৰা হয় জাতিৰ পিতা মহাত্মা গান্ধীৰ 152 সংখ্যক জন্ম জয়ন্তী ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাজ্ঞলি জনায় ৷ তেওঁ ভাষণৰ প্ৰসংগত কয় যে, মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ আমি
স্মার্টচিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীত ষ্ট্রীটফুড লেন গঢ়াৰ পৰিকল্পনা হাতত লৈছে গুৱাহাটী পৌৰ নিগমে৷ মুম্বাইৰ খাও গলিৰ দৰেই গুৱাহাটীৰ পথটোত সু–শৃংখলিত আৰু প্রণালীবদ্ধ ৰূপত পদপথ ব্যৱসায়ীসকলক সংস্থাপিত কৰাৰ লক্ষ্যৰে এই পৰিকল্পনা কৰা হৈছে বুলি পৌৰ আয়ুক্ত দেৱাশিস শর্মাই জানিবলৈ দিছে৷ গুৱাহাটী মহানগৰীৰ নির্বাচিত এলেকাবোৰ বাণিজ্যিক কেন্দ্র আৰু ষ্ট্রীটফুড