গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Professor (8), Associate Professor (16) আৰ Assistant Professor (14) Professorৰ ৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Anthropology (1), Sanskrit (1), Physics (2), Zoology (1),

বি টি আৰত ইউ এল বি উগ্ৰপন্থী সংগঠনৰ ১০ গৰাকী সদস্য আটক

বি টি আৰত ইউ এল বি উগ্ৰপন্থী সংগঠনৰ ১০ গৰাকী সদস্য আটক

বিটিআৰত নতুনকৈ আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিয়া সশস্ত্ৰ সংগঠন ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউ এল বি (ULB)ৰ 10 গৰাকীকৈ কেডাৰক আটক ৷ বিগত 48 ঘন্টাত বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু চিআৰপিএফে পৃথকে পৃথকে যৌথ অভিযান চলাই ইউ এল বিৰ কেডাৰ কেইজনক আটক কৰিছে ৷

ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ; AIUDF এৰিলে মামুন ইমদাদুলে

ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ; AIUDF এৰিলে মামুন ইমদাদুলে

অৱশেষত দুজনকৈ প্ৰাক্তন বিধায়কে শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দল ত্যাগ কৰিলে । এই দুই প্ৰাক্তন বিধায়ক হ’ল ডাঃ দূৰ্লভ চমুৱা আৰু মামুন ইমদাদুল হক চৌধুৰী । নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱাই আজি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।