চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ। আৰক্ষীয়ে দুখন ক্ৰেঙৰ সহায়ত ক্ষত-বিক্ষত অৱস্থাত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। উল্লেখ্য যে শনিবাৰে চতিয়াৰ ঘিলাধাৰী দলঙৰ কাষতে থকা ডিভাৰ্ছন ব’ৰ্ড ভাঙি তলত পৰিছিল ট্ৰাকখন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ঘটনা অনুসৰি কনিষ্ঠ ভাতৃৰ দাৰ ঘাপত জ্যেষ্ঠ ভাতৃয়ে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়। উল্লেখযোগ্য যে মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত সংঘটিত হৈছে এই ঘটনা। উক্ত ঘটনাত নিহত হোৱা লোকজনৰ নাম ৰাতনু মুণ্ডা বুলি জানিব পৰা গৈছে। বাসগৃহৰ সন্মুখতে কনিষ্ঠ
বৰপেটা জিলাৰ অন্তৰ্ভূক্ত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত আজি বিৰোধী ঐক্যমণ্চৰ নিৰ্বাচনী প্ৰচাৰৰ এখন জনসভাত অংশ লয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন হৈ নিৰ্বাচনী প্ৰচাৰ সভাখনত গগৈয়ে এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। শিৱসাগৰৰ বিধায়কজনে আজমল
চোৰাং ভাবে বাংলাদেশলৈ সৰবৰাহৰ সময়ত কৰিমগঞ্জ আৰু কাছাৰত ৯ টা গৰু-ম’হ জব্দ কৰিছে বিএছএফে। দুটা পৃথক অভিযানত এই ৯ টা পশু ধন জব্দ কৰাৰ লগতে চাৰিজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নিশা কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি বাংলাদেশ সীমান্তৰ কুৰিখালত অভিযান চলাই বিএছএফ আৰু আৰক্ষীয়ে ৫ টা চোৰাং গৰু জব্দ
নিউজ ব্যুৰ’,নগাঁও,৪মে’:–সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০গৰাকীলৈ “অসম গ্ৰাম্য শিৰোৰত্ন বঁটা”। পশ্চিম কাৰ্বি আংলঙত ২০০৮ চনত গঠন হোৱা “অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ”ই ৰাজ্যখনৰ অন্তৰ্গত চহৰ,নগৰ আৰু অতিকে পিছপৰা গ্ৰাম্যাঞ্চলৰ ধৰ্ম,শিক্ষা,ক্ৰীড়া,সাহিত্য-সংস্কৃতি, স্থাপত্য,ভাস্কৰ্য তথা সুকুমাৰ কলা, সমাজ সংগঠন,সমাজ সেৱক, সাংবাদিকতা আদিৰ দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক তেখেতসকলৰ কৰ্মৰ স্বীকৃতি স্বৰূপে তথা