ৰাজ্যজুৰি পালন বলিদান দিৱস

ৰাজ্যজুৰি পালন বলিদান দিৱস

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, ৰাষ্ট্ৰবাদী নেতা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথি উপলক্ষে বুধবাৰে সমগ্ৰ দেশতে বলিদান দিৱস পালন কৰা হয় । সমান্তৰালকৈ বিজেপিৰ অসম প্ৰদেশৰ ৩৯ খন সাংগঠনিক জিলা, ৩৯৯ টা মণ্ডল আৰু ২৮ হাজাৰ বুথ সমিতিৰ উদ্যোগতো বলিদান দিৱস পালন কৰা হয় । ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে মুখ্যমন্ত্ৰী,

বৰছিং বে’ক পুৰষ্কৃত কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই

বৰছিং বে’ক পুৰষ্কৃত কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই

 ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্রাহ্য কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্রীবাহী বাছৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিশেষভাৱে পুৰষ্কৃত কৰে ৷ এই পুৰষ্কাৰত এক লাখ টকা চেক প্ৰদান কৰাৰ লগতে এখন প্ৰশংসা পত্ৰ প্ৰদান