নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহজনক সহাঁৰিয়ে ৯নং নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰে দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। সংসদীয় সমষ্টিটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজ হিলদ’ল ভাঙি ওলাই অহাৰ লগতে নৱ প্ৰজন্মৰ ভোটাৰৰ উৎসাহ আছিল লক্ষণীয়। আনকি ৯০বছৰ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধায়েও নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ৰাজ্যৰ বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান “প্ৰতিদিন টাইম”ৰ মধ্য অসমৰ ব্যুৰ’ চীফ তথা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰাক “নগাঁও জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা” প্ৰদান কৰা হৈছে। নগাঁও জিলাৰ “ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘ”ই বঢ়মপুৰৰ চলচলি বিৰহী গাওঁ ন-বাট তিনিআলিত আয়োজিত ৰঙালী বিহুৰ কাৰ্যসূচীত সাংবাদিকগৰাকীক প্ৰদান কৰা হয় এই বঁটা। উল্লেখ্য
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত এটি সংগ্ৰহালয় স্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এগৰাকী শিক্ষকে । কঠিয়াতলীৰ কছাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী হৈছে ভূপেন চন্দ্ৰ বৰদলৈ। অনন্য প্ৰয়াসৰে সংগ্ৰহালয় স্থাপন কৰা ব্যক্তিগৰাকীয়ে কাঠ আৰু বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী সাজি লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ব্যাপক সমাদৰ । অৱসৰপ্ৰাপ্ত
Guwahati, April 27, 2024 – In a vibrant display of color and civic consciousness, Kendriya Vidyalaya IOC Noonmati hosted a poster competition themed ‘Chunao ka Parv, Desh ka Garv’ (The Festival of Elections, The Pride of the Country) this Saturday. The event, part of the school’s co-curricular activities, aimed
২৯ এপ্ৰিলত গুৱাহাটীলৈ অমিত শ্বাহ। গুৱাহাটীত বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ। গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ৰোড শ্ব’ক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বাজপেয়ী ভৱনত বৈঠক। উপস্থিত থাকে গুৱাহাটীৰ পাৰিষদসকলৰ লগতে ভৱেশ কলিতা, পৱিত্ৰ মাৰ্ঘেৰিটা, অতুল বৰা।