নাৰীয়ে মাহেকীয়া ঋতুস্রাৱৰ সময়ছোৱাত কেতবোৰ সমস্যাৰ সন্মুখীন হয়। কিন্তু এই সমস্যাবোৰৰ পৰা বাচিবলৈ ব্যায়াম কৰা উচিত নে অনুচিত, সেই বিষয়ত বহুতেই বিবুধিত পৰা দেখা যায়। এটা ভ্রান্তিমূলক ধাৰণা আছে যে মাহেকীয়া ঋতুস্রাৱৰ সময়ছোৱাত কোনো ধৰণৰ ব্যায়াম কৰা উচিত নহয়। বিছনাত পৰি থাকি বিশ্রাম লোৱাই শ্রেয়। কিন্তু ব্যায়াম কৰা অনুচিত বুলি
কোৱা হয় যে এহাল সুস্থ নাৰী-পুৰুষৰ মাজত প্রায় নিয়মিতভাবে শাৰীৰিক সম্পৰ্ক স্থাপন হ’লে তেওঁলোক মানসিক আৰু শাৰীৰিকভাবে অসুস্থ হৈ পৰাৰ সম্ভাৱনা অতি কম। কিন্তু শেহতীয়া এক গবেষণাৰ মতে বয়স বাঢ়ি অহাৰ লগে লগে মানুহে নিজৰ যৌনতাও নিয়ন্ত্রণ কৰা উচিত। পঞ্চাশোর্ধৰ ব্যক্তিয়ে যদি নিয়মিতভাবে যৌন সংগমত লিপ্ত হয়, তেন্তে তেওঁলোক হৃদৰোগত
এটা সুখবৰে এটা অঞ্চললৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা! শাৰীৰিক প্ৰতিবন্ধকতাকো নেওঁচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পোৰা সোণ হৈ উজ্বলিছে নলবাৰীৰ মেধাবী ৰেজাউল। নলবাৰীৰ পশ্চিম প্ৰান্তৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰেজাউল হকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে ৯২.১৬ শতাংশ নম্বৰ ।এই খবৰে নলবাৰীৰ গন্ধিয়া গাওঁলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।
কোকৰাঝাৰৰ দুবাৰকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল। নিৰ্বাচন আয়োগে বাতিল কৰিলে শৰণীয়াৰ মনোনয়ন। কোকৰাঝাৰৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বীবেদীয়ে সদৰী কৰিছে এই তথ্য। ST প্ৰমাণপত্ৰক লৈ ৰাজ্যিক কমিটীয়ে দিছিল ৰিপ’ৰ্ট। নিৰ্বাচনী বিষয়াই বাতিল কৰিলে নৱ শৰণীয়াৰ মনোনয়ন। শৰণীয়াৰ আৱেদন আদালতে খাৰিজ কৰিছিল একাধিকবাৰ। উল্লেখযোগ্য যে, এক নং কোকৰাঝাৰ লোকসভা
গৰমৰ দিন আহি আছে। ডাঃ সুভাষ কুমাৰ কৰ্মকাৰে শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে কুঁহিয়াৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়ে। শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, ৰাজপথত কুঁহিয়াৰৰ ৰস দেখা যায়। কিন্তু গ্ৰীষ্মকাল অহাৰ লগে লগে ইয়াৰ চাহিদা বাঢ়ি যায়। চুপাৰিৰ ৰস এগিলাচ খালে ভাগৰ দূৰ হয়। গতিকে কুঁহিয়াৰৰ ৰসক প্ৰাকৃতিক শক্তি পানীয়