হোলী উদযাপন নকৰে আপেঃ কৰিব প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও…

হোলী উদযাপন নকৰে আপেঃ কৰিব প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও…

আবকাৰী নীতি কেলেংকাৰী গোচৰত আদালতত সকাহ নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সাতদিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছতে আম আদমী পাৰ্টিয়ে বিশেষ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীক অসাংবিধানিকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি আপে ঘোষণা কৰিছে যে, এইবেলি তেওঁলোকে ৰঙৰ উতসৱ হোলী উদযাপন নকৰে। উক্তদিনটোত আম

ISISক মুকলি সমৰ্থন জনাই STFৰ জালত পৰিল ভাৰতক ঘিণ কৰা IIT গুৱাহাটীৰ ছাত্ৰ

ISISক মুকলি সমৰ্থন জনাই STFৰ জালত পৰিল ভাৰতক ঘিণ কৰা IIT গুৱাহাটীৰ ছাত্ৰ

ISISক সমৰ্থন আই আই টি গুৱাহাটীৰ (IIT Guwahati) ছাত্ৰৰ। LinkedInত পোষ্ট দি STFৰ জালত বায়’টেকন’লজীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। শনিবাৰে সন্ধিয়া ৰাজহুৱা হৈছিল তৌছিফ আলী ফাৰুকীৰ LinkedIn পোষ্ট। যি পোষ্টত প্ৰকাশ পাইছিল আই আই টি গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীৰ ৱাৰত বিদ্বেষ। ভাৰতীয় সংবিধানকো অৱমাননা কৰিছিল ফাৰুকীয়ে। সেই বিতৰ্কিত পোষ্ট

এসপ্তাহৰ ভিতৰতে কৰিব লাগিব কন্যাৰ সৈতে বিয়া, বিনিময়ত পিতৃয়ে দিব খালী চেক, ইচ্ছানুসৰি ধন লাভ কৰিব জোঁৱায়ে!

এসপ্তাহৰ ভিতৰতে কৰিব লাগিব কন্যাৰ সৈতে বিয়া, বিনিময়ত পিতৃয়ে দিব খালী চেক, ইচ্ছানুসৰি ধন লাভ কৰিব জোঁৱায়ে!

এগৰাকী পিতৃৰ বাবে কন্যাৰ বিবাহ তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ঘটনা। ভাৰতত কন্যা সন্তান জন্ম হোৱাৰ লগে লগে পিতৃয়ে সঞ্চয় কৰিবলৈ আৰম্ভ কৰে। প্ৰতিজন পিতৃয়ে নিজৰ কন্যাৰ বিবাহখন ধুমধামেৰে পাতি দিয়াৰ সপোন দেখে। আগতে মানুহে আত্মীয়ৰ যোগেদি বৈবাহিক সম্পৰ্ক ঠিক কৰিছিল। ইয়াৰ পিছত আহিল অনলাইন মেট্ৰিমনিয়েল ছাইটৰ যুগ, য’ত মানুহে নিজৰ

নেতাক উৰুৱাই ফুৰিবলৈ খানাপাৰাত সাজু ছখন হেলিকপ্টাৰ; ঘণ্টাত ব্যয় লাখ লাখ টকা

নেতাক উৰুৱাই ফুৰিবলৈ খানাপাৰাত সাজু ছখন হেলিকপ্টাৰ; ঘণ্টাত ব্যয় লাখ লাখ টকা

এঘড়ী খুঁজ দিবলৈ সকলো দল জপিয়াই পৰিছে নির্বাচনী ৰণক্ষেত্রত। ইতিমধ্যে দলবোৰৰ ঘোষিত প্রার্থীসকলে প্রচাৰৰ নামত দিন- ৰাতি একাকাৰ কৰিছে। বিশেষকৈ প্রথম পর্যায়ত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’বলগীয়াসমষ্টিকেইটাত প্ৰচাৰৰ তৎপৰতা অধিক বৃদ্ধি হৈছে। অবশ্যে এনে তৎপৰতা বাঢ়িলেও প্রচাৰ সামগ্রীৰ ব্যৱহাৰ কোনেও কৰিব পৰা নাই। নির্বাচন আয়োগৰ কঠোৰ নিৰ্দেশৰ বাবেই সকলোৱে

কেন্দ্রীয় হিলাল কমিটিয়ে নিৰ্ধাৰণ কৰিলে ফিৎৰাৰ পৰিমাণ ৬৫.০০ টকা

কেন্দ্রীয় হিলাল কমিটিয়ে নিৰ্ধাৰণ কৰিলে ফিৎৰাৰ পৰিমাণ ৬৫.০০ টকা

কেন্দ্রীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাই যে এইবেলি ৰমজানৰ ৰোজাৰ ফিৎৰাৰ পৰিমাণ ১,৬৩৩ গ্রাম ঘেঁহুৰ আটাৰ বজাৰ মূল্যৰ ভিত্তিত ৬৫.০০ টকা ধাৰ্য্য কৰা হৈছে বুলি জনাইছে। এই ফিৎৰা ঈদুল- ফিটৰৰ নামাজৰ আগে আগে আদায় দিবলৈ কমিটিৰ তৰফৰ