GUWAHATI: The Assam government will be constructing 16 new flyovers in different parts of the state, announced state Finance Minister Himanta Biswa Sarma during the inaugural ceremony of new flyover at Ganeshguri in Guwahati today. Himanta said that construction work of two more flyovers in the city’s Maligaon and Super
GUWAHATI: The world largest Civilian transport aircraft ANTONOV (AN124) landed at Kolkata on Wednesday night carrying a 59,000 Kg payload for Baghjan-5 for the snubbing operation from Calgary, Canada. The massive aircraft landed last night at Kolkata as both Guwahati and Dibrugarh airport runway cannot handle the Ukranian aircraft, which
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ দাবীত আছাই আজি মাকুমত প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী মাকুম নগৰৰ মাজ মজিয়াত, ৰাষ্ট্ৰীয় ঘাইপথত আজি পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে । আছাৰ মাকুম আঞ্চলিক সমিতিৰ
অভিনেতা চনু সুডে লকডাউনৰ সময়ত বিশেষকৈ বিপদত পৰা শ্ৰমিক সকলকে ধৰি বিপদত পৰা বহুজনক সহায় কৰি সকলোৰে হৃদয়জয় কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ এই কামৰ প্ৰতি স্বীকৃতি দি কলকাতাৰ কেশোপুৰ প্ৰফুল্ল কানন দুৰ্গা পূজা কমিটিয়ে নিজৰ পূজা মণ্ডপত অভিনেতা জনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ।
নটা মাহৰো অধিক সময়ৰ অন্তত আজি ২১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে আইনৰ স্নাতকোত্তৰ শাখা(এল এল এম)ৰ ফলাফল । ১৫২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত উৰ্ত্তীণ হয় ১১৪ জন পৰীক্ষাৰ্থী ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সপ্তৰ্ষি