গুৱাহাটী:১৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে খুলিব বিদ্যালয়।ইতিমধ্যে সেই সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা।নতুন গাইড লাইন অনুসৰি ১৫ অক্টোবৰৰ পৰা স্কুল-কলেজসহ বিভিন্ন শিক্ষা প্রতিষ্ঠান খুলিব।এইক্ষেত্ৰত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ দি মানি চলিব লগা নীতি নিয়ম সমূহৰ বিষয়ে অৱগত কৰিছে দেশৰ শিক্ষাৰ মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে।স্কুল খোলাৰ ক্ষেত্ৰত সকলো চূড়ান্ত সিদ্ধান্ত ৰাজ্যৰ হাতত দিয়া
জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহ্বান মৰ্মে কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয় সংসদ গৌৰৱ গগৈয়ে। অখিল গগৈক সাক্ষাৎ কৰি গৌৰৱ গগৈয়ে কয় যে,”মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো।ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল। অখিল গগৈৰ
গুৱাহাটী: কনটেইনমেণ্ট অঞ্চলত কোনোধৰণৰ উৎসৱ অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া নহয় । তদুপৰি ৬৫ বছৰৰ উৰ্ধৰ ব্যক্তি, অসুস্থ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০বছৰৰ তলত শিশু সকলক আগন্তুক উৎসৱৰ বতৰত ঘৰত থকাৰ পৰামৰ্শ আগবঢ়াইছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে । ভাৰতবৰ্ষত আগন্তুক অক্টোবৰ, নবেম্বৰ আৰু ডিচেম্বৰ মাহত নানা উৎসৱ পালন কৰা হয় ৷
দেশৰ ১৯ খন মেট্ৰ’ চহৰৰ ভিতৰত মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত কলকাতা চহৰ।নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্যত প্ৰকাশ পোৱা প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি কলকাতা মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ।কলকাতাত মহিলাৰ বিৰুদ্ধে চলোৱা যৌন আতিশয্যৰ গোচৰ আটাইতকৈ কম পঞ্জীয়ন হৈছে। ২০১৯ বৰ্ষত কলকাতা চহৰত কোনোধৰণৰ ধৰ্ষণৰ ঘটনাও
Roger Penrose of Britain, Reinhard Genzel of Germany and Andrea Ghez of the US won the Nobel Physics Prize on Tuesday for their research into black holes, the Nobel jury said. The physicists were selected “for their discoveries about one of the most exotic phenomena in the universe, the black