যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে মহিলা বিষয়াক ভাৰতীয় যুদ্ধ জাহাজত মোতায়েন কৰা হ’ব৷ ভাৰতীয় নৌবাহিনীত লিংগ বৈষম্য আঁতৰ কৰাৰ লক্ষ্যৰে বাহিনীৰ যুদ্ধ জাহাজত দুগৰাকী ছাব–লেফটেনেণ্ট মহিলা বিষয়া শীঘ্রেই নিযুক্তি দিব৷ ইতিমধ্যে ৬০ ঘণ্টীয়া প্রশিক্ষণ সমাপ্ত কৰা ছাব–লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিঙক নিযুক্তি দিবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে৷ ইপিনে ফ্রান্সৰ পৰা অনা

আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ

আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা মহিলাক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এগৰাকী মহিলা৷ অসম আৰক্ষী অপৰাধ শাখাই উলুবাৰীৰ ‘ইৰিগেছন কলনি’ত অভিযান চলাই যোগমায়া ব্ৰহ্ম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে,মহিলাগৰাকী জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক পদত কৰ্মৰত৷ আৰক্ষীৰ উপ-পৰিদৰ্শক পদত অৱতীৰ্ণ বহু প্ৰাৰ্থীক মহিলাগৰাকীয়ে চাকৰি দিয়াৰ প্ৰলোভন দিছিল৷বহু প্ৰাৰ্থীৰ লগত মহিলাগৰাকীয়ে