সংসদৰ অধিৱেশনত সাংসদ ব্যস্ত পৰ্ণ ছবি চোৱাত…আজৱ যুক্তি সাংসদৰ

সংসদৰ অধিৱেশনত সাংসদ ব্যস্ত পৰ্ণ ছবি চোৱাত…আজৱ যুক্তি সাংসদৰ

সংসদৰ অধিৱেশন। তাতেই আকৌ বাজেট দাখিল কৰিব। সেই সময়ত সাংসদসকলে বাজেটক লৈ ব্যস্ত থাকিব লাগে। প্ৰশ্ন উত্থাপন কৰিব লাগে বাজেটৰ ওপৰত। কিন্তু ইয়াৰ মাজতেই সাংসদৰ এটা কাণ্ডই সকলোৰে চকু কপালত উঠাইছে। বাজেট অধিৱেশন চলি থাকোঁতেই সাংসদৰ চকু স্মাৰ্টফোনত।স্মাৰ্টফোনত সাংসদে কি চাই আছে ইমান মনোযোগেৰে। জানিলে আচৰিত হ’ব আপুনি, কাৰণ ইমান

‘লাইব্ৰেৰীত মোক জোৰকৈ পৰ্ণ দেখুৱাইছিল’-পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ

‘লাইব্ৰেৰীত মোক জোৰকৈ পৰ্ণ দেখুৱাইছিল’-পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ

অনুৰাগ কাশ্যপৰ বিৰুদ্ধে এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত কৰিলে অভিনেত্ৰী পায়েল ঘোষে। টুইটাৰত পৰিচালকজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰে অভিনেত্ৰীগৰাকীয়ে। পাটেল কী পাঞ্জাৱী ছবিৰ লগতে ‘চাথ নিভানা চাথিয়া’ ধাৰাবাহিকৰ অভিনেত্ৰী পায়েলৰ অভিযোগ- অনুৰাগ কাশ্যপে অভিনেত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল। আনকি লাইব্ৰেৰীৰ ভিতৰত অভিনেত্ৰীগৰাকীক জোৰকৈ পৰ্ণ দেখুৱাইছিল অনুৰাগ কাশ্যপে। টুইটাৰত পায়েলে লিখিছে-