অসমৰ ভৈয়ামৰ অন্যতম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী শৰণীয়া কছাৰীসকলক সংবিধান প্ৰদত্ত অনুসূচীত জনজাতিৰ প্ৰমাণ পত্ৰৰ নামত দীৰ্ঘদিনে কৰি অহা বঞ্চনাৰ প্ৰতিবাদত এইবাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাও নামিল ৰাজপথত ৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ জিলাই জিলাই এলানি আন্দোলনৰ কাৰ্যসূচী আজি ঘোষণা কৰা হয়৷ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ
গৰ্ভাৱস্থাৰ বাবে বয়স কিমান উত্তম? ইয়াৰ কোনো পোনপটীয়া উত্তৰ নাই। কিন্তু ২০-৩০ বছৰ বয়সত গৰ্ভধাৰণ কৰা মহিলাৰ তুলনাত ৩০ বছৰৰ পিছত গৰ্ভধাৰণ হোৱা মহিলাসকলে অধিক অসুবিধাৰ সন্মুখীন হয়। আপোনালোকক কওঁ যে দীপিকা পাডুকনেও ৩৮ বছৰ বয়সত এটা সন্তান জন্ম দিবলৈ ওলাইছে। দুয়োজনৰে বিয়াৰ ৬ বছৰৰ পিছত পৰিয়াল পৰিকল্পনা কৰিছে। আচলতে
Empowering Women towards a Smoke-Free Healthy Future Guwahati, March 7: On International Women’s Day, Consumers’ Legal Protection Forum, Assam in collaboration with Consumer VOICE, New Delhi organized a sensitization workshop and slogan competition in Jyotisikha Mahila Samannay Parishad Auditorium, Panjabari, Guwahati with women professional from various fields doctors, lawyers, social
পিতৃ-মাতৃৰ অত্যাধিক প্ৰেমৰ বাবে বহুসময়ত শিশু ইমাননেই বেয়া হৈ পৰে যে তেওঁলোকে একো কথাকে মানিব বা শুনিবলৈ নিবিচাৰে। তেওঁলোকে তেওঁলোকৰ নিজৰ চিন্তা-ভাৱনা-কৰ্মতে সকলো সময়তে ব্যস্ত হৈ পৰে।যাৰ ফলত অভিভাৱকসকল অতিষ্ঠ হৈ পৰে। যদি আপোনাৰ সন্তানো এনে স্বভাৱৰ হয়, তেন্তে কেতবোৰ উপায় অৱলম্বন কৰি আপুনি আপোনাৰ সন্তানক চম্ভালিব পাৰে।আজি এই বিষয়ে
নৱজাতকৰ ছাল অতি সংবেদনশীল। যাৰ বাবে তেওঁলোকক অধিক যত্নৰ প্ৰয়োজন। যত্নত অলপ অৱহেলা হ’লেই শিশুৰ ছালত বিভিন্ন সংক্ৰমণে দেখা দিয়ে।এই ক্ষেত্ৰত নতুনকৈ মাতৃত্ব আহৰণ কৰাসকলে তেওঁলোকৰ ছালত কি তেল ব্যৱহাৰ কৰিব লাগে, তাকে লৈ বিভ্ৰান্তিত পৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুৰ বাবে নাৰিকল তেল খুব উপকাৰী। শিশুক নাৰিকল তেলৰে মালিচ কৰাৰ