কঁকালৰ বিষ অতি অস্বস্তিদায়ক৷ সাধাৰণতে মেৰুদণ্ডৰ তলৰ মাজত থকা অস্থিসন্ধি বা ডিস্কৰ বাদ্ধৰ্ক্যজনিত পৰিৱৰ্তনৰ ফলত এই বিষৰ সূত্ৰপাত হয়৷ ফলত মেৰুদণ্ডৰ তলত সংবেদনশীলতাৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে৷ এনে পৰিৱৰ্তন সাধাৰণতে ৩০ বছৰ অতিক্ৰম কৰাৰ পাছত আৰম্ভ হ’বলৈ ধৰে৷ কঁকালৰ বিষ নিৰাময় কৰাৰ ক্ষেত্ৰত ব্যায়াম কৰাটো জৰুৰী৷ তদুপৰি কঁকালৰ বিষৰ পৰা
বৰ্তমান সময়ত মানুহৰ ব্যস্ততা বৃদ্ধি পোৱাৰ ফলত মানসিক চাপো বৃদ্ধি পাইছে৷ মানসিক চাপৰ পৰা হাত সাৰিবলৈ খাদ্যৰ লগতে শৰীৰ চৰ্চা অত্যন্ত প্ৰয়োজন৷ কিছুমান খাদ্য নিয়মীয়াকৈ খালে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ নহৰুঃ বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে৷ ব্ৰকলিঃ
পুৱা টোপনিৰ পৰা সাৰ পাবলৈ বহুতেই এলাৰ্ম ব্যৱহাৰ কৰে৷ এলাৰ্ম নবজালৈকে নিশ্চিন্ত মনে শুই থকাটো বহুতৰে অভ্যাসত পৰিণত হৈছে৷ বহুতে সময়মতে সাৰ পাবলৈ ঘড়ীত এলাৰ্ম দিয়ে৷ আন কিছুমানে আকৌ মোবাইল ফোনত এলাৰ্ম দি ৰাখে৷ কিন্তু বহুতেই নাজানে যে এলাৰ্মৰ শব্দত টোপনি ভঙাটো শৰীৰৰ বাবে গুৰুতৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷ চুইডেনৰ
শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত দাঁতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ দাঁত সুস্থ নাথাকিলে শৰীৰ কেনেকৈ সুস্থ হৈ থাকিব৷ দাঁত চাফা কৰি ৰাখিবলৈ প্ৰত্যেক দিনেই আমি দাঁত ব্ৰাছ বা দাঁতন ব্যৱহাৰ কৰো৷ কিন্তু এই দাঁত ব্ৰাছডাল কিমানদিন ব্যৱহাৰৰ উপযোগী হৈ থাকে সেই কথা বহুতেই নাজানে আৰু জনাসকলেও বিশেষ গুৰুত্ব নিদিয়ে৷ প্ৰকৃততে প্ৰত্যেক
এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে অসম ৷ এজন আৰক্ষীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰৰে এগৰাকী মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ কৰে ৷ এই মৰ্মান্তিক ঘটনাই সকলোকে শোকাহত কৰি তুলিছে। আত্মহনণৰ দৰে চুড়ান্ত সিদ্ধান্ত লোৱা আৰক্ষী বিষয়াজন হ’ল নামৰ সদৰ আৰক্ষী নিৱেশৰ অ’চি অনুপম গোৱালা ৷ যোৱা