আৰ্থিক দৃষ্টিকোণৰ পৰা আজি এই ৰাশিৰ বাবে এটা ভাল দিন হ’ব। আপুনি ব্যৱসায়ত বহুকেইটা লাভৰ সুযোগ পাব পাৰে,আপোনাৰ ৰাশিফল ​​পঢ়ক

আৰ্থিক দৃষ্টিকোণৰ পৰা আজি এই ৰাশিৰ বাবে এটা ভাল দিন হ’ব। আপুনি ব্যৱসায়ত বহুকেইটা লাভৰ সুযোগ পাব পাৰে,আপোনাৰ ৰাশিফল ​​পঢ়ক

মেষ ৰাশি: আজি এই ৰাশিৰ বাবে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বেয়া দিন হ’ব পাৰে। যদি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে সেই সমস্যা সমাধানৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। যোগ আৰু ধ্যান-ধাৰণাৰ সহায়তো ইয়াৰ পৰা ওলাই আহিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কোনো সহকৰ্মীৰ পৰা যিকোনো ধৰণৰ সহায় বিচাৰিলে সহজেই পাব। আজি

নামৰূপত যুৱতীলৈ গুলীচালনা আৰক্ষী বিষয়াৰ, তাৰ পিছত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়ালে নিজৰ মূৰত

নামৰূপত যুৱতীলৈ গুলীচালনা আৰক্ষী বিষয়াৰ, তাৰ পিছত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়ালে নিজৰ মূৰত

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে নামৰূপ। এগৰাকী আৰক্ষী বিষয়াই এগৰাকী মহিলাক গুলিওৱাৰ পিছত নিজেও নিজৰ মূৰত গুলীয়াই চূড়ান্ত সিদ্ধান্ত লয়। আৰক্ষী বিষয়াজনৰ নাম অনুপম গোৱালা। নিশা ২ বজাত লাহোৱালৰ ৰংপুৰীয়াত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। অনুপম গোৱালাই মহিলাগৰাকীক গুলীয়াই তাৰ পিছত নিজৰ মূৰত গুলীয়াই শেষ কৰে নিজৰ জীৱন। আনহাতে, গুলীবিদ্ধ

পেৰাচিটামল সেৱন কৰিলে শৰীৰত হ’ব পাৰে এই মাৰাত্মক ক্ষতি! গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পেৰাচিটামল সেৱন কৰিলে শৰীৰত হ’ব পাৰে এই মাৰাত্মক ক্ষতি! গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পেৰাচিটামল (Paracetamol) ঔষধ ইমানেই জনপ্ৰিয় হৈ পৰিছে যে কোৱাৰ বিশেষ প্ৰয়োজন নাই। জ্বৰ, চৰ্দি, গাঁঠিৰ বিষ, চকুৰ বিষ আদি বহু সমস্যাৰ বাবে মানুহে এই টেবলেট খায়। কিন্তু চিকিৎসা বিশেষজ্ঞসকলে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে মানুহক সকীয়াই দিছে। শেহতীয়াকৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত পেৰাচিটামলৰ সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে। এন্দুৰৰ ওপৰত কৰা এই