হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান দখল আলিকাষৰ আফচানা য়াচমিনৰ

কামৰূপ, 6 জুনঃ শুকুৰবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ হাই মাদ্ৰছা পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰি কামৰূপ জিলালৈ গৌৰৱ কঢ়িযাই আনিছে আলিকাষৰ আফচানা য়াচমিনে ৷ আফচানা শিঙিমাৰী আলিকাষ বামুণবুড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী ৷ মুঠ 552 নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে আফচানাই ৷

হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

বৰপেটা, ৬ জুন: আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ 42 গৰাকী কৃতি ছাত্ৰ ছাত্ৰী ৷ আনহাতে হাই মাদ্ৰাছাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলীয়ে ৷ ঠেলা চলাই পাচলি বিক্ৰী

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মহত্যা ছাত্ৰীৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মহত্যা ছাত্ৰীৰ

কৰিমগঞ্জ, ৬ জুনঃ কৰিমগঞ্জৰ কৰ্ণমধু এলেকাত অঘটন । দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰে এগৰাকী ছাত্ৰীয়ে । কমিমগঞ্জৰ জুনিটিলা এলেকাত সংঘটিত হয় এই ঘটনা । আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম ছুমনা বেগম বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে । আনহাতে,ছাত্ৰীৰ গৰাকীৰ আত্মহত্যাৰ পাচতে শোকৰ ছাঁ পৰিছে