লোকসভা নিৰ্বাচনৰ পূৰ্বে সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ২০১৮ চনৰ এক গোচৰত জামিন লাভ কৰিলে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ ‘আপত্তিজনক’ মন্তব্য কৰাৰ অভিযোগ উঠিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু হৈছিল উত্তৰ প্ৰদেশৰ আদালতত। মঙলবাৰে সেই গোচৰত উত্তৰ প্ৰদেশৰ ছুলতানপুৰৰ বিশেষ আদালতে ৰাহুল গান্ধীৰ
আজি শিলসাঁকোৰ পাৰত পুনৰ উচ্ছেদ অভিযান চলিছে। পাথৰকুঁৱেৰীৰ মেগজিনৰ বিষ্ণু নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। GMDA, জিলা প্ৰশাসনে উচ্ছেদ চলাই তিনিটাকৈ বাসগৃহ ইতিমধ্যে ভাঙিছে। নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ ঘৰ উচ্ছেদ কৰা হৈছে। উল্লেখ্য যে, শিলসাঁকো পাৰৰ বাসিন্দাই উচ্চতম ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছিল। এই গোচৰত আদালতে স্থাগিতাদেহ
নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হোৱা মৃতদেহ কেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। বিশেষভাৱে সক্ষম আছিল ১৫ বছৰীয়া হৃষিকেশ । সোমবাৰে আছিল কিশোৰজনৰ ওপজা দিন। কিন্তু জন্মদিন পালন কৰিব নাপালে হৃষিকেশে। নলবাৰীৰ বৰসৰকুছীত সংঘটিত
Kokrajhar, BTR: On his two-day visit to Kokrajhar, world’s youngest professor Suborno Isaac Bari interacted with a multitude of students at the Bodofa Cultural Complex. The event, organized by the education department of the Bodoland Territorial Region (BTR), saw Professor Bari addressing the crowd on the significance of science and
সদ্য নিযুক্তিপ্ৰাপ্ত APSC CCE 2022ৰ ফলাফলত পুনৰ বিসংগতিৰ ভয়ংকৰ অভিযোগ। দেওবাৰে সংবাদমেল পাতি তথ্যসহ এই অভিযোগ দাঙি ধৰিলে Fight Against Injustice of APSC নামৰ সংগঠনটোৱে ৷ তেওঁলোকৰ প্ৰশ্ন প্ৰিয়ংকা বৰুৱা কাণ্ডক কিয় গাপ দিছে চৰকাৰে? প্ৰিয়ংকা আখ্যান! APSCৰ জ্ঞাতসাৰেই ACS পদত বাছনি হৈছিল প্ৰিয়ংকা বৰুৱা। কোন বিষয়াই চহী কৰিছিল প্ৰিয়ংকাৰ