৮ জুনৰ পৰা পুনৰ মুকলি হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহ

৮ জুনৰ পৰা পুনৰ মুকলি হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা হোৱা লকডাউনৰ বাবে যোৱা ২৪ মার্চৰ পৰা বন্ধ হৈ থকা গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহ ৰাইজৰ বাবে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত।অহা ৮ জুনৰ পৰা ৰাইজৰ বাবে মুকলি কৰি দিয়া হব প্ৰেছ ক্লাবৰ সভাগৃহ।এই কথা প্ৰকাশ কৰিলে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু সভাপতি