মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে নানান অপৰাধমূলক কাৰ্যকলাপ । দিনদুপৰতে চিলনী চোৰে কাঢ়ি নিলে সোণৰ চেইন । নাৰেংগীৰ বীৰকুছীত বুধবাৰে দুপৰীয়া এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন ৷ স্কুটীত অহা দুই দুৰ্বৃত্তই ঘৰৰ লোহাৰ গেইট খুলি চৌহদত প্ৰৱেশ কৰি
বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি। দিছপুৰ মণ্ডল সভাপতি জ্যোতিৰ্ময় দাসক অব্যাহতি পদৰ পৰা। চাইৰেন গেঙৰ সৈতে জড়িত থকাৰ অভিযোগ জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে। উল্লেখ্য যে, ২৬ জানুৱাৰীৰ নিশা চাইৰেন গেঙে সংঘটিত কৰিছিল পথ দুৰ্ঘটনা। হিট এণ্ড ৰান গোচৰৰ মূল অভিযুক্ত আছিল অৰিন কটকী। অৰিন কটকীৰ গেঙৰ আছিল মণ্ডল
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত ভাৰতীয় দম্পতীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা বাসগৃহত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যৰ মৃতদেহ। ছান মাতেয়া চহৰৰ এটা এপার্টমেন্টত ভাৰতীয় মূলৰ প্ৰবাসী এক দম্পতী আৰু তেওঁলোকৰ দুই শিশু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি, মৃত দম্পতী কেৰালাৰ স্থায়ী বাসিন্দা আছিল। আৰক্ষীৰ তথ্য অনুসৰি,
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ এক দৃঢ় আৰু দায়িত্বশীল অভিভাৱক হৈ আহিছে, যিয়ে ইয়াক জ্ঞান
উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীৰ পৰা সন্ধানহীন হৈছিল দুই ছাত্ৰী। তাৰ পিছতে সন্ধানহীন ছাত্ৰীৰ ম’বাইলৰ পৰা আত্মীয়লৈ WhatsApp মেছেজো প্ৰেৰণ কৰা হৈছিল। মেছেজত দুয়োগৰাকী ছাত্ৰী নিজৰ ইচ্ছা মতেই ওলাই যোৱা বুলি লিখা হৈছিল। ঘৰত বহু অশান্তি পোৱা বুলি উল্লেখ কৰি ৫ বছৰৰ পিছত ঘূৰি অহা কথা লিখিছিল উক্ত মেছেজত। কিন্তু সন্ধানহীন