ৰূপহীহাটৰ জুৰীয়াত আৰক্ষীৰ অভিযানত দুটা ম’ষ্ট ৱান্টেড ডকাইত আটক ৷

ৰূপহীহাটৰ জুৰীয়াত আৰক্ষীৰ অভিযানত দুটা ম’ষ্ট ৱান্টেড ডকাইত আটক ৷

গুৱাহাটী টাইমচ, ১০ মে’ : শনিবাৰে নিশা জুৰীয়া অাৰক্ষী অাৰু নগাঁৱৰ পৰা অহা সীমান্ত অাৰক্ষীৰ দলে ডকাইতৰ বিৰুদ্ধে যৌথ অভিযান চলাই । এই অভিযানত জুৰীয়াৰ চতিয়ান গাওঁৰ পৰা কৰায়ত্ব কৰে ম’ষ্ট ৱান্টেড ডকাইত ইৰচাদ অালী অাৰু ছাইফুল ইছলামক। বিগত ২০১৭ চনত জুৰীয়া আৰক্ষী থানাৰ গোচৰ নম্বৰ .607/17 u/s 148/326/307IPC  অভিযোগত