নতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…

নতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…

নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে। দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত। এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত। কাৰণ সেই আলু গুডামৰ পৰা ই বিভিন্ন প্ৰান্তলৈ আলু গৈছিল। উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৯১ জন লোক। ইফালে এতিয়ালৈকে

অমৃতসৰৰ পৰা দিল্লীলৈ পদব্রজে অহা ধেমাজিৰ দুই ভাতৃৰ কৰুণ মৃত্যু

অমৃতসৰৰ পৰা দিল্লীলৈ পদব্রজে অহা ধেমাজিৰ দুই ভাতৃৰ কৰুণ মৃত্যু

মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলাত সম্প্রতি জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিধ্বস্ত বিশ্বৰ অর্থনীতি ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত বন্ধ হৈ পৰিছে উদ্যোগ–কৃষিখণ্ডৰ উৎপাদন তথা বাণিজ্যিকীকৰণ ৷ পৰিণতিত লক্ষ লক্ষজনে কর্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ বিশ্বৰ অন্যান্য প্রান্তৰ লগতে ভাৰততো শ্রমিক জনতাৰ একেই দুর্দশা৷ কর্মসংস্থাপন