জখলাবন্ধাৰ সৰুভগীয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ আন
গৰম দিনত গাড়ী চলোৱাসকলে জানে গাড়ীৰ ভিতৰৰ উষ্ণতা কেনেকুৱা। বহু সময়ত দীঘলীয়া দূৰত্বত যাত্ৰা কৰাৰ সময়ত যাত্ৰী আৰু চালকৰ বাবে মূৰ ঘূৰোৱাটো এক ভয়াৱহ পৰিস্থিতি। বহুসময়ত উৎকট গৰমৰ বাবে চালক
লোকসভা নিৰ্বাচনৰ বাবে ৭ মে’ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ দুৰ্গাপুৰত এক জনসভাক সম্বোধন কৰে। সভাত মোদীয়ে কয়
জ্যোতিষত গ্ৰহৰ স্থানৰ বিশেষ গুৰুত্ব আছে। এটা নিৰ্দিষ্ট সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত সকলো গ্ৰহই এটা ৰাশি এৰি আন এটা ৰাশিত প্ৰৱেশ কৰে। গ্ৰহবোৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত কেৱল ১২টা ৰাশিৰ ওপৰতহে
ৰাজ্যত একেলগে ৩দিনলৈ কেইবাটাও অঞ্চলত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কেইবাটাও অঞ্চলত সুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে ৪টাকৈ লোকসভা সমষ্টিত ড্ৰাই ডে