গহপুৰত মহিলাক ধৰ্ষণ কৰি  হত্যা

গহপুৰত মহিলাক ধৰ্ষণ কৰি হত্যা

গহপুৰত চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ স্বামীহাৰা এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰি থৈ যায় দুৰ্বৃত্তই । অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰি পেলাই থৈ যায় বিচনাত । উল্লেখ্য যে, স্বামীহাৰা মহিলাগৰাকীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল । ইতিমধ্যে হাৱাজান

নিজৰ বন্দুক (AK-47)ৰ গুলীত নিহত হ’ল অসম আৰক্ষী জোৱান

নিজৰ বন্দুক (AK-47)ৰ গুলীত নিহত হ’ল অসম আৰক্ষী জোৱান

গোলকগঞ্জ চাৰিআলিত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা । এই দুৰ্ঘটনাৰ পাচতেই আকস্মাতে নিজৰ এ কে ৪৭ ৰ গুলী ওলাই নিহত হয় উমেশ ৰায় নামৰ আৰক্ষী জোৱানজন । ঘটনা অনুসৰি বাইকেৰে গৈ থকা অৱস্থাত গোলকগঞ্জ চাৰিআলিত দুৰ্ঘটনাত পতিত হয় আৰক্ষী জোৱানজন । দুৰ্ঘটনাৰ পাচতেই অকস্মাতে নিজৰ হাতত থকা এ কে ৪৭