নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও মানি লোৱা নহ’ব–পৰেশ বৰুৱাৰ এই হুংকাৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই। আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা পৰেশ বৰুৱাৰ৷প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো সকিয়াই দিয়ে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ বৰুৱাই৷ প্ৰতিবাদকাৰী নেতাসকলক উদেশ্যি পৰেশ বৰুৱাৰ আহ্বান, নেতাবোৰে