৭ চেপ্তেম্বৰৰ পৰা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন সমাৰোহ । সমাজসেৱিকা বীৰুবালা ৰাভাক প্ৰদান কৰা হ’ব আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ।

৭ চেপ্তেম্বৰৰ পৰা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন সমাৰোহ । সমাজসেৱিকা বীৰুবালা ৰাভাক প্ৰদান কৰা হ’ব আনন্দৰাম ঢেকিয়াল ফুকন বঁটা । আদিল শাহ আলম, নগাওঁ ।