নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷

নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷

👉নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷ 👉 পুৰণিগুদাম হাতীগাঁৱৰ ননী দেৱী নামৰ মহিলা গৰাকীৰ মৃত্যু ৷ 👉 নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ ৷ 👉দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী । 👉এই ৰোগত নগাঁও জিলাত এতিয়ালৈকে ৪০ জনৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৫ জনকৈ লোকৰ ।