সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন(আমছু)ৰ গোসাইগাওঁ (পূ:)  আঞ্চলিক সমিতি গঠন।

সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন(আমছু)ৰ গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন।

গোসাইগাওঁ, ২৯ জুলাই :- সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ভদেয়াগুৰী এল পি স্কুল খেল পথাৰত এখন গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন কৰা হয়।উল্লেখনীয় যে কিছুদিন পূৰ্বে গঠিত গোসাঁইগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল যদিও কিছু বিসংগতিৰ অনুমান পাই পুৰনা সমিতিখন ভংগ কৰি আজি

বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

নলবাৰী,২৮ জুলাই=নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে নিৰ্মাণ কাৰ্য্য বন্ধৰো দাবী কৰে ক্ষোভিত ৰাইজে৷ উল্লেখ্য যে স্বাধীনতাৰ সত্তৰ বছৰ পিছত এইবেলি উক্ত পথটো পকীকৰন কৰাৰ বাবে গড়কাপ্তানি