Seven years ago, two brothers from a village in Madhya Pradesh’s Morena district would be seen supplying milk on a motorcycle to a nearby dairy. Today, they are said to be owners of a Rs 2 crore milk chilling plant, milk tankers, three bungalows, SUVs and agricultural land, according to
মঙলদৈ, ২৯ জুলাই : ৰাজ্য খনৰ বিভিন্ন দল- সংগঠন আৰু ব্যক্তি বিশেষে মুখ্য মন্ত্ৰীৰ বান সাহাৰ্য পুজিলৈ দান-বৰঙণি আগবঢ়োৱাৰ সময়তে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দলগাও আঞ্চলিক সমিতিয়েও ৰাজ্যৰ বানাক্ৰান্ত লোক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ জৰিয়তে আজি মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ
ৰাজ্যত জাপানীজ এনকেফ্লাইটিছ ৰোগত অাক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে জুৰীয়াত আজি এগৰাকী মহিলাৰ জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু হয়।জুৰীয়া তেলিয়া বেবেজীয়া গাৱৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী যোৱা কিছুদিন ধৰি জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ গুৱাহাটীৰ ৰহমান হস্পিটেলত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত পৰিয়ালৰ
গোসাইগাওঁ, ২৯ জুলাই :- সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ভদেয়াগুৰী এল পি স্কুল খেল পথাৰত এখন গোসাইগাওঁ (পূ:) আঞ্চলিক সমিতি গঠন কৰা হয়।উল্লেখনীয় যে কিছুদিন পূৰ্বে গঠিত গোসাঁইগাঁও আঞ্চলিক সমিতিখন গঠন কৰা হৈছিল যদিও কিছু বিসংগতিৰ অনুমান পাই পুৰনা সমিতিখন ভংগ কৰি আজি