বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

নলবাৰী,২৮ জুলাই=নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে নিৰ্মাণ কাৰ্য্য বন্ধৰো দাবী কৰে ক্ষোভিত ৰাইজে৷ উল্লেখ্য যে স্বাধীনতাৰ সত্তৰ বছৰ পিছত এইবেলি উক্ত পথটো পকীকৰন কৰাৰ বাবে গড়কাপ্তানি

নেডাৰ উদ্যগত  বান সাহায্য বিতৰণ

নেডাৰ উদ্যগত বান সাহায্য বিতৰণ

২৮জুলাই,গুৱাহাটী- বন্যাৰ্তক সহায় বাবে আগবাঢ়ি আহিছে উত্তৰপূৰ্বাঞ্চলৰ তৰ্কিক সকলক লৈ গঠিত অনুষ্ঠান নৰ্থ ইষ্ট ডিবেটাৰ্চ এছোছিয়েচন (নেডা ) । আজি নেডা ৰ উদ্যোগত কামৰূপ গ্ৰাম্য জিলাৰ বৃহত্তৰ ডিমৌৰ অঞ্চলৰ পানীখাইটি-উখুৱা গাঁওৰ শতাধিক বান পীড়িত পৰিয়ালক সাহায্য সামগ্ৰীৰ বিতৰণ কৰে। উল্লেখ্য যে, পুঠিমাৰী নৈৰ মাথাউৰী ছিঙি যোৱাত অঞ্চলটোত বানপানীয়ে বাৰুকৈ ক্ষতিগ্ৰস্ত