নগাঁও জিলাৰ জুৰীয়াত গৰু সহ ট্ৰাক জব্দ। দুখনকৈ গাড়ীত কঢ়িয়াই আনিছিল ৪৮ টাকৈ গৰু।

নগাঁও জিলাৰ জুৰীয়াত গৰু সহ ট্ৰাক জব্দ। দুখনকৈ গাড়ীত কঢ়িয়াই আনিছিল ৪৮ টাকৈ গৰু।

গৰুৰ ছিণ্ডিকেটক লৈ সমগ্ৰ ৰাজ্য খনতে তোলপাৰ লাগি থকাৰ সময়তে আজি জুৰীয়াত আৰক্ষীয়ে দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনি খনকৈ জিলা অতিক্ৰম কৰি নগাঁও জিলাৰ জুৰীয়াত আহি উপস্থিত হোৱাত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে আটক কৰে এই