মঙলদৈ ব্লক চকত বানপীড়িতৰ পথ অৱৰোধ কাৰ্য্যসূচী।

মঙলদৈ ব্লক চকত বানপীড়িতৰ পথ অৱৰোধ কাৰ্য্যসূচী।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিলে প্ৰতিবাদ । অৱশ্যে এই প্ৰতিবাদ কোনো খাদ্য বস্তুৰ বাবে নহয় । এই প্ৰতিবাদ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ নামত যি সমূহ নলা নৰ্দমা বন্ধ কৰিছে, সেই সমূহ খুলি দিয়াৰ বাবে কৰা প্ৰতিবাদ । প্ৰশাসনৰ অৱহেলাৰ সুযোগ লৈ একাংশ ৰাইজে পুল, নলা আদি বন্ধ কৰি