নলবাৰী জিলাৰ বাহঁজানীত আজি ৰাতিপুৱা ভাগত পথৰ ওপৰতে বিদ্যুৎৰ খুটা এটা উভালি পৰি এগৰাকী ছাত্ৰী গুৰুতকৈ আহত হয় ৷ ছাত্ৰী গৰাকী চাইকেলেৰে ঘৰৰ পৰা স্কুলত গৈ থকা সময়তে এই অঘটনটো সংঘটিত হয়। ঘটনাৰ বিৱৰণি মতে, জিলা্খনৰ বাহঁজানীৰ মিলন চ’কৰ পথৰ দাঁতিত থকা বিদ্যুত পকী খুটাটো অকস্মাতে উভালি পৰাৰ ফলত নিজ
Motor Vehicles (Amendment) Bill proposed earlier has now been passed by the Cabinet, chaired by Prime Minister Narendra Modi. As per the amendments, the new bill will imply a hefty fine on traffic defaulters. One of the notable changes to the Motor Vehicle Act includes a penalty of Rs 10,000
জুৰীয়াত আন্তৰ্জাতিক ড্ৰাগছ বিৰুধি দিৱস পালন ৷ জুৰীয়া থানা আৰু গাওঁৰক্ষী বাহিনীৰ উদ্যোগত পালন কৰা হয় ড্ৰাগছ বিৰোধী অভিযান ৷ জুৰীয়া থানাৰ পৰা জুৰীয়া বজাৰলৈকে উলিওৱা হয় এই সমদল ৷ সমদলত অংশগ্ৰহণ কৰে কেইবা শতাধিক ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যই ৷ #juria #nagaon জুৰীয়াৰ পৰা পদুম ভূঞা ৷