নলবাৰীত ৰন্ধন ভাৰত  গেছৰ কলা বজাৰ অব্যাহত  বিনা ৰছিদে এজে়ঞ্চীয়ে দিয়ে গেছ |

নলবাৰীত ৰন্ধন ভাৰত গেছৰ কলা বজাৰ অব্যাহত বিনা ৰছিদে এজে়ঞ্চীয়ে দিয়ে গেছ |

নলবাৰী: নলবাৰীৰ ভিতৰৰ কিছু অঞ্চলত ৰন্ধন গেছৰ ছিলিণ্ডাৰ বিক্ৰীৰ এক অবৈধ বেহা গুৰুতৰ হাৰত বৃদ্ধি পাব ধৰিছে। অপৰিহাৰ্য্য পণ্য দ্ৰব্যৰ কথা ক’বলৈ গ’লেই বৰ্তমান সময়ত ৰন্ধন গেছৰ চাহিদা অতি উচ্চ। সম্প্ৰতি, প্ৰাপ্ত অভিযোগ অনুসৰি নলবাৰী চহৰৰ গাতে লাগি থকা ভাৰত গেছ এজেঞ্চীটোৰ পৰিচালক জনে বহিঃভূত ভাৱে ৭৫৬•৫০ টকাৰ পৰিবৰ্তে ৭৬০•০০

Nalbari || ৭ নং পূৱ বাহঁজানী পঞ্চায়তৰ অধিনৰ   বালা– মুগকুছি  চ’কত লক্ষ্য লক্ষ্য চৰকাৰী ধনেৰে  ষ্ট্ৰীট  লাইটৰ নামত ফলদানী

Nalbari || ৭ নং পূৱ বাহঁজানী পঞ্চায়তৰ অধিনৰ বালা– মুগকুছি চ’কত লক্ষ্য লক্ষ্য চৰকাৰী ধনেৰে ষ্ট্ৰীট লাইটৰ নামত ফলদানী

হয়, নামত ঠিকেই আছে পিছে কামত হ’লে নাই পুৱ নলবাৰী উন্নয়ন খণ্ডৰ অধিনৰ ৭ নং পূৱ বাহঁজানী গাঁও পঞ্চায়তৰ অধিনৰ বালা– মুগকুছি চ’কত ষ্ট্ৰীট লাইট আছে কিন্তু নজ্বলে । স্থাপন কৰাৰ পিচত দুদিনমান জ্বলিল যদিও বিগত প্ৰায় এবছৰ ধৰি জ্বলা নাই এই লাইট কেইটা । ফলত গোটেই নিশা সমগ্র চ’কটো