Nalbari || ৭ নং পূৱ বাহঁজানীৰ জাপি শিল্প  তিলানা গাঁওৰ পথৰ দুৰৱস্থাৰ ভংয়কৰ দৃশ্য

Nalbari || ৭ নং পূৱ বাহঁজানীৰ জাপি শিল্প তিলানা গাঁওৰ পথৰ দুৰৱস্থাৰ ভংয়কৰ দৃশ্য

ৰাজ্যত এতিয়া গ্ৰাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে এয়াই যে সত্য । নলবাৰী জিলাৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ নং পূৱ বাহঁজানীৰ হাজো — নলবাৰী মুল পথৰ পৰা বালা — মুগকুছি নামঘৰ হৈ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চয়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ

ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

মঙলদৈ ,৯ মে’ : দৰং জিলাৰ আইন শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মঙলদৈ আইন মহাবিদ্যালয় খনৰ কৰ্মৰত অধ্যক্ষ গৰাকীৰ অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নথকাৰ এক গুৰুতৰ অভিযোগ উথ্বাপন কৰিছে আন্ত:মঙলদৈ ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাই । এই উপলক্ষে বুধবাৰে বিয়লি মঙলদৈ প্ৰেছ ক্লাৱত ছাত্ৰ সংগঠন দুটাই