মঙলদৈত বি জে পি নেতাৰ কংগ্ৰেছত যোগদান

মঙলদৈত বি জে পি নেতাৰ কংগ্ৰেছত যোগদান

মঙলদৈ , ১৩ এপ্ৰিল ;—–ভাৰতীয় জনতা পাৰ্টীৰ এছ টি মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক উপ সভাপতি বালিৰাম বড়োৱে আজি গেৰুৱা সাজ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । আজি কলাইগাৱত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভা এখনত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ উপস্থিতিত তেওঁ কংগ্ৰেছ দলত যোগদান কৰে । যোগদান কৰিয়েই বড়োৱে পোনে পোনে মঙলদৈ

ৰঙালী বিহুৰ উৰুকা উপলক্ষে সমূহীয়া মৎস্য চিকাৰ ১৪/১৫ খন গাঁৱৰ ৰাইজৰ l

ৰঙালী বিহুৰ উৰুকা উপলক্ষে সমূহীয়া মৎস্য চিকাৰ ১৪/১৫ খন গাঁৱৰ ৰাইজৰ l

ৰঙালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱৰ চকলাঘাটৰ দিঘলী বিলত সমূহীয়া মৎস্য চিকাৰ ১৪/১৫ খন গাঁৱৰ ৰাইজৰ । বিলৰ পানী আৰু পাৰত জনতাৰ পাৰভঙা উছাহ । নগাঁও জিলাৰ হাতীচোং মৌজাৰ সহস্ৰাধিক ৰাইজে জাল , পল’ , জুলুকি লৈ নামি পৰিল মৎস্য চিকাৰত । যি নান্দনিক দৃশ্য উপভোগ কৰিবলৈ বিলৰ পাৰতো উবুৰি খাই