কলিয়াবৰত অনুষ্ঠিত বিজয় সংকল্প সমাৰোহত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷

কলিয়াবৰত অনুষ্ঠিত বিজয় সংকল্প সমাৰোহত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি ১১ নং কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰত অনুষ্ঠিত বিজয় সংকল্প সমাৰোহত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷ কলিয়াবৰ সংসদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, বি.পি.এফ. মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী যুত মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ স্বৰূপে বিজয় সংকল্প সমাৰোহত