আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে?

আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে?

আছুক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী কোনে দিলে? আছুৰ সৈতে কিয় বাৰে বাৰে বিৰুদ্ধাচৰণ কৰে বিধায়ক মৃণাল শইকীয়াই?নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৱে সদম্ভে মাত মাতি, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত, মৃণাল শইকীয়াৰ নিজৰ ব্যক্তিগত তথা দলীয় স্বাৰ্থত আঘাত লাগিছে নেকি? তেনেহলে কিহৰ বাবে জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত আছুৰ নেতৃবৃন্দৰ