‘চলচ্চিত্ৰম’ৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। বিগত বৰ্ষৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ‘চলচ্চিত্ৰম’ৰ উদ্যোগত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব অহা ১ মাৰ্চ ২০১৯ ৰ পৰা। এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে সংবাদমেল। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
https://youtu.be/85FTsuohESQ কবিতাৰ দিনত নগাঁৱত কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাক স্মৰণ । গীত-মাত-কবিতাৰ অন্যন্য অনুষ্ঠান I আজি কবিতাৰ দিন । কবি নৱকান্ত বৰুৱাৰ জন্মদিন । নগাঁৱত অকণিৰ সাহিত্য সভাৰ উদ্যোগত কবিতাৰ সম্ৰাট কবি নৱকান্ত বৰুৱাক গীত-মাত-কবিতাৰে স্মৰণ কৰা হয় । কবি গৰাকীৰ নগাঁৱৰ নতুন বজাৰস্হিত শৈশৱৰ চোতালত এই উপলক্ষে অনুষ্ঠিত হয় এটি
Appointment of pristo promukh at Karimganj, District BJP state president Mr. Ranjit Das on Thursday noon attended the programme at District Library in Karimganj. Mr. Sumon Saikia, Mission Rn. Das and many more party leaders and workers witnessed the occasion. Rasasindhu Bhattacharyya report, Karimganj.
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৬সংখ্যক মৃত্যুতিথি উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। আজি সদৌ অসম ছাত্ৰ সন্থাই বিহালীৰ লোক সংস্কৃতিৰ সাধক বিনোদ খনাললৈ আনুষ্ঠানিক ভাৱে প্ৰতিমা পাণ্ডে বৰুৱা বটাঁ প্ৰদান কৰে। গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ সৈতে