West Bengal wants Assam tigers for Its dying Buxa Tiger Reserve. A report in 2015 declared that there were no tigers left at Buxa. WB has chalked out a plan is to relocate a tiger and two tigresses either from Kaziranga National Parks or Orang National Park to Buxa before
নগাঁৱত বদৰুদ্দিন আজমলৰ জুমুঠি দাহ । AJYCP য়ে দাহ কৰে জুমুঠি । ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী । আজমলক অপদাৰ্থ আখ্যা । Adil Shah report, Nagaon.
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল। হাতীগাঁও থানাত দুটাকৈ সংগঠনে তৰিলে গোচৰ। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ। বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা খুজিবলৈ দাবী সংগঠনদুটাৰ। সংগঠনদুটাৰ এজাহাৰৰ ভিত্তিত ৯১৬/১৮ নম্বৰত হাতীগাঁও থানাত ৰুজু হৈছে এটা গোচৰ।
“আজমল এজন মৌলবাদী, সাম্প্ৰদায়িক নেতা জৰাফুঁকাৰ ৰাজনীতি কৰা নেতা”——এই বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।গগৈয়ে লগতে কয় যে ——বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ বাবে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ দলৰ সকলো অনুষ্ঠান সংবাদ মাধ্যমে বৰ্জন কৰিব লাগে আৰু বদৰুদ্দিন আজমলক
গুৱাহাটী টাইমছৰ সমূহ দৰ্শক তথা অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৱেষ্ট ইণ্ডিছ দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা কিংবদন্তী sir Vivian Richard য়ে। নিজ ক্ৰীড়া শৈলীৰে অজস্রজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ক্ৰিকেটাৰগৰাকী। অসমলৈ আহি ৰাজ্যখনৰ বিষয়ে আৰু অসমৰ খাদ্যৰ বিষয়ে কি ক’লে কিংবদন্তী ক্ৰিকেটাৰ গৰাকীয়ে? অনাগত বিশ্বকাপত তেওঁৰ পছন্দৰ দল কোনটো?