দল চাই নহয় প্ৰাৰ্থী চাই ভোট দিব জুৰিয়া তেলিয়া বেবেজীয়া ৰাইজে ৷ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়া তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়ত এইবাৰ কাৰ হাতলৈ যাব তাক লৈ সকলোৰে মাজত চলিছে চিন্তা চৰ্চা ৷ জুৰিয়াৰ একমাত্ৰ অসমীয়া গাওঁ খনত কোনে মাৰিব শেষ হাঁহি ৷ বিজেপি আৰু অগপৰ মাজৰ যুজ খনে বাৰুকৈয়ে
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ৭০ টা জাতীয় সংগঠনৰ সহযোগত ,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি ৰূপায়ন কৰা হয় জোৰ সমদলৰ। গুৱাহাটী মহানগৰীতো , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ কৰা হয় এই কাৰ্য্যসূচী। গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ। মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অসম গণ পৰিষদে অন্তিম দিনা বৃহত্তৰ সমদলে নিৰ্বাচনী প্ৰচাৰ কৰে। এই নিৰ্বাচনী প্ৰচাৰত গাওঁৰ জেষ্ঠব্যক্তিসকলকে ধৰি যুবক -যুবতী সকলোৱে অংশগ্ৰহণ কৰে । অগপ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। সভানেত্ৰী পদত প্ৰতিদন্দিতা কৰিছে
গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল গহপুৰৰ বিভিন্ন অঞ্চলত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলেই আজি অন্তিম দিনাৰ নিৰ্বাচনী প্ৰচাৰত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে । এই শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে দুয়োটা দলেই বৃহৎ সমদল বাহিৰ কৰে। গহপুৰৰ সকলো পঞ্চায়তত বাহিৰ দুয়োটা দলেই আজি সমদল বাহিৰ কৰি ভোটাৰক
A joint operation launched by the troops of Assam Rifles & Jairampur police apprehended 9 cadres of the NDFB(s) in Arunachal Pradesh. The arrested rebels have been identified as 1.Sulekha Brahma, 22, 2.Sumuriya Narzary, 20, 3.Rajesh Basumatry, 20, 4.Gaodang Mochahary, 19, 5.Rita Swrgary, 20, 6.Rotjona Narzary, 22, 7.Mani Ram Basumatary,