||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

||video|| নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷

নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত থকা পঞ্চায়ত নিৰ্বাচনৰ ষ্ট্ৰং ৰূমত উত্তপ্ত পৰিস্হিতি ৷ ষ্ট্ৰং ৰূমৰ নিৰাপত্তাত নিয়োজিত CRPF জোৱানৰ উদ্ভণ্ডালি ৷ ষ্ট্ৰং ৰূমত নিয়োজিত নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ ৪ জন কৰ্মচাৰীক শাৰীৰিক ভাবে অপদস্হ কৰিলে CRPF জোৱানে ৷ ষ্ট্ৰংৰূমত নিযোজিত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্টকো প্ৰহাৰ CRPF জোৱানৰ ৷