গ্ৰন্থমেলাত ১০০ টি দেৱশিশুৱে উন্মোচন কৰিলে ড. বসন্ত কুমাৰ ভূঞাৰ চাৰিখন ব্যতিক্ৰমী গ্ৰন্থ

গ্ৰন্থমেলাত ১০০ টি দেৱশিশুৱে উন্মোচন কৰিলে ড. বসন্ত কুমাৰ ভূঞাৰ চাৰিখন ব্যতিক্ৰমী গ্ৰন্থ

চান্দমাৰীৰ উত্তৰ – পূব গ্ৰন্থমেলা প্ৰাঙ্গন আজি এক অতি আকৰ্ষণীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল। দেশৰ ভৱিষ্যত ১০০টি দেৱশিশুৱে আজি একেলগে উন্মোচন কৰিলে বিশিষ্ট শিক্ষ্যাবিদ,লেখক ড: বসন্ত কুমাৰ ভূঞাৰ চাৰিখন জীৱন কলা সম্পৰ্কীয় ব্যতিক্ৰমী গ্ৰন্থ । নতুন প্ৰজন্মক জীৱন দীক্ষা প্ৰদান কৰাৰ মানসেৰে ৰচনা কৰা ড: বসন্ত কুমাৰ ভূঞাৰ এই গ্ৰন্থ