আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, ২২টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, ২২টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ২৮টা সমষ্টিৰ ২২টাত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬টা সমষ্টিত ইতিমধ্যে বিজেপি বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আজি পুৱাৰে পৰা বেলট পেপাৰৰ জৰিয়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী প্ৰাৰ্থী হৈছে

৮ জানুৱাৰীৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব

৮ জানুৱাৰীৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব

মেষ : শ্ৰীগণেশে কৈছে, এই সময়খিনি স্বাভাৱিক হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। বিত্তীয় লাভৰ পৰিস্থিতি সৃষ্টি হ’ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰা হ’ব পাৰে। সোনকালেই টকা উপাৰ্জন কৰাৰ উদ্দেশ্য থাকিব। কিন্তু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থকাটো প্ৰয়োজনীয়। অন্যথা, ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। অপ্ৰয়োজনীয় ব্যয় হ’ব পাৰে।

কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক মহিলাসহ ৫ জন

কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক মহিলাসহ ৫ জন

দেশৰ ৰাজধানী দিল্লীৰ পৰা এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে দেওবাৰে জনাই এই কথা। আৰক্ষীয়ে জনোৱা অনুসৰি দিল্লীৰ সদৰ বজাৰত এগৰাকী মহিলাই ১২ বছৰীয়া এগৰাকী কিশোৰীক ফুচলাই নিৰ্জন ঠাইলৈ লৈ যায়। তাতেই কিশোৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ইতিমধ্যে ৩ কিশোৰৰ লগতে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ভুলতেও নকৰিব এইকেইটা কাম! হ’ব সৰ্বনাশ! অভাৱ-অশান্তিয়ে লগ নেৰিব! খালি হ’ব পকেট

ভুলতেও নকৰিব এইকেইটা কাম! হ’ব সৰ্বনাশ! অভাৱ-অশান্তিয়ে লগ নেৰিব! খালি হ’ব পকেট

আপুনি ব্যৱহাৰ কৰা এই বস্তুকেইটা কোনো লোককে ধাৰ নিদিব। এনেকুৱা বস্ত ধাৰ দিলেই আপোনাৰ জীৱনত হ’ব বৃহৎ অঘটন! সৰ্বনাশ হৈ যাব আপোনাৰ জীৱন। জীৱনত আহিব মাথোঁ বাধা আৰু বাধা। জীৱনৰ পৰা আঁতৰ নহ’ব অভাৱৰ। টকা-পইচা আমাৰ জীৱনত বহুতে ধাৰ বিচাৰি থাকে। মানুহৰ প্ৰয়োজনীয় সময়ত বহুতে টকা-পইচা ধাৰ দিয়ে। আপুনি জানেনে

২২ জানুৱাৰীৰ দিনটোৰ কি বিশেষ মহত্ব আছে? কিহৰ বাবে ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ দিন নিৰ্ধাৰণ কৰা হ’ল?

২২ জানুৱাৰীৰ দিনটোৰ কি বিশেষ মহত্ব আছে? কিহৰ বাবে ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ দিন নিৰ্ধাৰণ কৰা হ’ল?

ত্ৰেতা যুগত জন্ম লাভ কৰা ভগৱান ৰামক বিষ্ণুৰ সপ্তম অৱতাৰ বুলি কোৱা হয়। মহাৰ্ষি বাল্মিকীৰ সংস্কৃত ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিতমানস শ্ৰী ৰামৰ ভক্তিৰ সৈতে জড়িত গ্ৰন্থ হয়। এই কেইখন গ্ৰন্থত ভগৱান শ্ৰীৰামৰ মহিমাৰ কথা বৰ্ণনা কৰিছে। আৰু ভগৱান ৰামক অতি মৰ্যাদাপূৰ্ণ ব্যক্তি হিচাপে বুজাইছে। ২২ জানুৱাৰী সোমবাৰে অযোধ্যাৰ নৱনিৰ্মিত ৰাম