বিগ ব্ৰেকিং নিউজ Guwahati Times গুৱাহাটী টাইমচ বিশ্ব বিজয়ী এথলীট এছিয়াড হিমা দাসৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই মত বিনিময় কৰে। সন্মানীয় ‘অৰ্জুন বঁটা’ৰ বাবে নিৰ্বাচিত হোৱা বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ # গুৱাহাটী টাইমচ # দাস পান চপত চৰ্ট চাৰ্কিটৰ ফলত নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ফলত জাহ যায় চাৰি লক্ষাধিক টকাৰ সা-সম্পত্তি। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ এটা মোবাইলৰ বাবে এটা হত্যাকাণ্ড। নৃশংস হত্যাকাণ্ডটো সংঘটিত হয় লামডিংৰ আনন্দপালিত অঞ্চলত। এটা মোবাইলক লৈ পতি-পত্নীৰ মাজত কাজিয়া হৈছিল আৰু তাৰ পিছতে পত্নীক হত্যা কৰিলে স্বামীয়ে। হত্যাকাৰী স্বামীজনৰ নাম ৰাজু পাল আৰু দুৰ্ভগীয়া পত্নী গৰাকীৰ নাম পিয়লি পাল।
আজি মহৰম। একেশ্বৰবাদী মুছলমানসকলৰ এটি পবিত্ৰ উৎসৱ মহৰম। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। এই মহৰম মিলনৰ উৎসৱ কিন্তু সেই মিলন হাজাৰ হাজাৰ শোকাৰ্ত, অশ্ৰুসিক্ত মানবৰ হিয়া ভঙা কান্দোনেৰে বেদনাগধুৰ। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি বিজড়িত মহৰম মাহ অতি পবিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস
20 water ATMs and 30 bio toilets have been installed in Guwahati under the Smart City Mission. The initiative has been inaugurated by the Guwahati development minister Siddhartha Bhattacharya inside the Guwahati Medical College premises on Thursday. The locations of both the services have been choosen in a manner that