ভেদাইলতা প্ৰতিগৰাকী অসমীয়াৰে পৰিচিত বনৌষধ। গ্ৰাম্য অঞ্চলত ভেদাইলতাৰ ব্যৱহাৰ অধিক। ভেদাইলতাৰ পাত মোহাৰিলেই বেয়া গোন্ধ ওলায় যদিও খাওঁতে যথেষ্ট সুস্বাদু। অসমীয়াত ভেদাইলতাৰ আন আন নামকেইটা হ’ল পাদুৰিলতা, গন্ধভাদুলীয়া, ভাদুলীলতা আৰু প্ৰসাৰণী ৷ অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ইয়াৰ প্ৰচলন হৈ আছিল ৷ সময়ৰ পৰিৱৰ্তনে বনশাকৰ
কৰদৈ এনেকুৱা এবিধ ফল যিয়ে এটা নহয় বহুতো আশ্চৰ্যকৰ লাভালাভ প্ৰদান কৰে। অৰ্থাৎ যিসকলে ইয়াক খোৱা এৰি দিছে, তেওঁলোকে আজিয়েই তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰি লওক। ইয়াৰ আশ্চৰ্যজনক লাভালাভবোৰে আপোনাক সুস্থ কৰি ৰাখিব। হৃদযন্ত্ৰ শক্তিশালী ৰখাৰ উপৰিও এই ফলবিধ হাড় শক্তিশালী কৰাতো যথেষ্ট উপযোগী। কেৱল সেয়াই নহয় ইয়াৰ আশ্চৰ্যজনক লাভালাভবোৰে আপোনাক
বিশ্বব্যাপী কমেও ১২ শতাংশ লোক থাইৰয়ডৰ সমস্যাত ভুগি আছে। পৰিয়াল আৰু পৰিচিত সকলৰ বহুতেই এই সমস্যাৰ স’তে যুঁজি থকা দেখা যায় । যদিও মহিলাৰ ক্ষেত্ৰত থাইৰয়ডৰ সমস্যা অধিক সচৰাচৰ হয়, কিন্তু শেহতীয়াকৈ বহু পুৰুষো বিভিন্ন ধৰণে এনে সমস্যাত ভুগিছে। সাধাৰণতে, বয়স হোৱাৰ লগে লগে এনে ধৰণৰ দীৰ্ঘম্যাদী সমস্যা হয়। শৰীৰৰ
বহুলোকে ভাবে যে উচ্চ ৰক্তচাপ, ডায়েবেটিচৰ দৰে ৰোগৰ লক্ষণসকলোৰ সকলোৰে বাবে একে। কিন্তু শেহতীয়া গৱেষণাই দেখুৱাইছে যে ৰোগৰ প্ৰকাৰ বা ধৰণ একে হ’লেও, মহিলা বা পুৰুষৰ ক্ষেত্ৰত লক্ষণবোৰ সলনি হ’ব পাৰে। সাধাৰণতে, ডায়েবেটিচৰ ক্ষেত্ৰত, বেছিভাগ ৰোগীৰ বহুমূত্ৰৰ সমস্যা দেখা যায় । ডিঙি শুকাই যোৱা, প্ৰস্ৰাৱ কৰাত সমস্যা । মুঠতে, এইবোৰ
মস্তিষ্কৰ কোষ শুকাই যোৱাৰ সমস্যা বা ব্রেইন এ ট্রফি হোৱাৰ মূলতেই মদ্যপান। অধিক পৰিমাণে নিতৌ মদ্যপান কৰাৰ ফলত মস্তিষ্কৰ আকৃতি লাহে লাহে সৰু হ’বলৈ ধৰে। সহজ অৰ্থত ক’বলৈ হ’লে শোটোৰা শোটোৰ হৈ পৰে। যেতিয়া মস্তিষ্ক শুকাবলৈ আৰম্ভ কৰে তেতিয়া আকৃতিৰো তাৰতম্য ঘটে। এনে হ’লে বুদ্ধি-বৃত্তিৰো বিকাশত বাধা জন্মে। মস্তিষ্কৰ কোষ