APSCৰ ২০২২ বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ তালিকা প্ৰকাশ পোৱাৰ পাছতেই এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰীক্ষাৰ ফলাফল তালিকাত ACSৰ ৩০ সংখ্যক স্থানত প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে বাছনি
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে নানান অপৰাধমূলক কাৰ্যকলাপ । দিনদুপৰতে চিলনী চোৰে কাঢ়ি নিলে সোণৰ চেইন । নাৰেংগীৰ বীৰকুছীত বুধবাৰে দুপৰীয়া এগৰাকী
বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি। দিছপুৰ মণ্ডল সভাপতি জ্যোতিৰ্ময় দাসক অব্যাহতি পদৰ পৰা। চাইৰেন গেঙৰ সৈতে জড়িত থকাৰ অভিযোগ জ্যোতিৰ্ময় দাসৰ বিৰুদ্ধে। উল্লেখ্য যে, ২৬ জানুৱাৰীৰ নিশা
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত ভাৰতীয় দম্পতীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা বাসগৃহত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যৰ মৃতদেহ। ছান মাতেয়া চহৰৰ এটা এপার্টমেন্টত ভাৰতীয় মূলৰ প্ৰবাসী এক দম্পতী আৰু
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি